কৰ’না কালত পালন কৰা নিয়ম সমূহ সত্ৰ-নামঘৰৰ গ্ৰাম্য জীবনৰে পৰম্পৰাৰ অন্তৰ্ভুক্ত। এই বিশ্বজুৰি মহামাৰী কালত বিজ্ঞানী, চিকিৎসক সকলে যি সমূহ নীতি নিয়ম পালনৰ বাবে আহ্বান কৰিছে সেই নীতি নিয়ম সমূহ অসমৰ সত্ৰ,নামঘৰৰ জীৱন,গ্ৰাম্য জীৱনৰ পৰম্পৰা আছিল !!মুখমণ্ডল ঢাকি খাদ্য বিতৰন কৰা সত্ৰীয়া,নামঘৰীয়া পৰম্পৰা অতীজৰে পৰা চলি আহিছে ! এই অভিমত মাজুলীৰ শ্রী শ্রী আউনীআটী সত্ৰৰ […]
Comments