কভিড-১৯ মহামাৰীয়ে সমগ্র বিশ্বত লাখ লাখ লোকৰ প্ৰাণহানি কৰাৰ লগতে আক্রান্তৰ সংখ্যাই ভাৰতবৰ্ষটো জটিলতাৰ সৃষ্টি কৰি আহিছে। দেশ-ৰাজ্যৰ এনে জটিল সন্ধিক্ষণত হাতে কামে আগবাঢ়ি আহিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে। নিজৰ জীবনৰ কথা চিন্তা নকৰি স্বয়ংসেৱক সকলে দেশ আৰু দহৰ স্বাৰ্থত অহৰহ ভাবে কাম কৰি আহিছে। আনকি কভিড-১৯ আক্রান্ত সকলৰ শুশ্রূষা কৰাৰ উপৰিও আংশিক লকডাউনৰ […]
Comments