
UPSCৰ নতুন অধ্যক্ষ নিযুক্তি...
UPSC ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিলে প্ৰীতি চোদানক ।
১আগষ্ট ২০২৪ৰ পৰা তেওঁ এই দায়িত্ব গ্ৰহণ কৰিব।
প্ৰীতি চোদান আছিল ১৯৮৩বেটচৰ আই এছ বিষয়া।
২০২৫ৰ এপ্ৰিলৰ লৈকে ইউ পি এছ চিৰ অধ্যক্ষ হিচাপে দায়িত্বত থাকিব তেওঁ।
পূৰ্বতে তেওঁ কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
UPSCৰ অধ্যক্ষ হোৱা চোদান হ’ল দ্বিতীয়গৰাকী মহিলা।